অসমশীৰ্ষ

অখিল গগৈক মুক্তিৰ দাবীত পানীতোলা , খাজিখোৱা, চাবুৱাত টায়াৰ জ্বলাই পথ অৱৰোধ কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

প্ৰথম খবৰ, চাবুৱা: কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পানীতোলা, খাজিখোৱাৰ লগতে চাবুৱাতো আজি পথ অৱৰোধ কৰি টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
শতাধিক প্ৰতিবাদকাৰীয়ে অখিল গগৈ জিন্দাবাদ, অসম চৰকাৰ হুছিয়াৰ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, RSS মুৰ্দাবাদ ধ্বনিৰে প্ৰায় বহু সময় ৰাজপথ উত্তাল কৰি ৰাখে।
লক্ষ্যণীয়ভাৱে উত্তেজিত প্ৰতিবাদকাৰীসকলে হোজাইত মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি RSS নেতা মোহন ভাগৱতক গ্ৰেপ্তাৰৰ দাবী তোলে।

Related Articles

Leave a Reply

Close