অসম

অখিল গগৈৰ মুক্তিৰ দাবীত সৰভোগত প্ৰতিবাদ

প্ৰথম খবৰ,সৰভোগ/ কলগাছিয়া: সৰভোগৰ স্থানীয় গান্ধী ময়দানৰ পৰা বৰনগৰ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত আজি কৃষক মুক্তিৰ গণ প্ৰতিবাদ কাৰ্যসুচী ৰূপায়ন কৰা হয়। সংগঠনটোৰ কেইবা শতাধিক সদস্যই কাৰ্যালয়টোৰ প্ৰৱেশ দ্বাৰত বহি চৰকাৰ বিৰোধী শ্লোগান দিয়ে।
কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আৰু পাৱাৰগ্ৰীডে কৃষকৰ প্ৰতি কৰা অন্যায়ৰ দাবীত এইদৰে প্ৰতিবাদ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰে সংগঠনটোৱে।

Related Articles

Leave a Reply

Close