অসম

আজি ৩৪ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰতিকূল বতৰকো নেওচি আয়োজন কৰা হৈছে অভিৰুচি দিৱস।অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে পালন কৰা হয় এই দিৱস। এই ক্ৰীড়া দিৱস উপলক্ষে চান্দমাৰীৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হৈছে এক সামূহিক দৌৰ।  দৌৰত অংশ গ্ৰহণ কৰে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মহানগৰবাসীয়ে ।শাৰীৰিক অসুস্থতা স্বত্ত্বেও উপস্থিত থাকে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

Related Articles

Leave a Reply

Close