অসম

উপযুক্ত তথ্য আৰু পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী অভাৱত স্থগিত ৰাখিলে উচ্ছেদ অভিযান

নিউজ ব্যুৰ’, প্ৰথম খবৰ: হঠাৎ আজি খুমটাই ৰাজহ চক্ৰৰ চক্ৰবিষয়া আৰু দেৰগাঁও আৰক্ষীৰ সহযোগত (ফ’ৰ লাইনৰ)৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উচ্ছেদ অভিযান আৰম্ভ হয়।

উল্লেখযোগ্য এই অভিযানৰ প্ৰাক ক্ষণত স্বত্ত্বাধিকাৰ সকলক কোনো ধৰণৰ জাননী নিদিয়াকৈ এই উচ্ছেদ অভিযান চলোৱা বুলি তেওঁলোকে অৱগত কৰে লগতে সকলো ব্যৱসায়ীয়ে আগন্তুক দুৰ্গাপূজালৈকে উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ অনুৰোধ জনায়।

Related Articles

Leave a Reply

Close