Home / অসম / ওদালগুৰিত এন ডি এফ বিৰোধী প্ৰতিষ্ঠা দিৱস পালন

ওদালগুৰিত এন ডি এফ বিৰোধী প্ৰতিষ্ঠা দিৱস পালন

ওদালগুৰিৰ পৰা গুনজিত দাস, প্ৰথম খবৰ: ওদালগুৰিত এন ডি এফ বিৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। সংগঠনটোৰ প্ৰগতি শীতল আৰু ৰঞ্জণ দৈমাৰী গোটে সুকীয়া সুকীয়া কৈ পালন কৰে।

ওদালগুৰি সাপখাইটি শিৱিৰত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে এন ডি এফ বি(প্ৰ)ৰ সভাপতি ধিৰেন বড়োৱে। শ্বহীদ বেদীত পুস্পাঞ্জলী অৰ্পন কৰে নীলেশ্বৰ বসুমতাৰীয়ে।

আনহাতে ওদালগুৰিৰ সোনাইগাঁৱত আয়োজিত শ্বহীদ দিৱসত পতাকা উত্তোলন কৰে ৰঞ্জণ দৈমাৰী গোটৰ সভাপতি ডি আৰ নাব্লাই ওৰফে ৰঞ্জণ দৈমাৰীয়ে। মুকলি অনুষ্ঠানত এবছুৰ কেন্দ্ৰীয় সম্পাদক লৰেঞ্চ ইচলাৰীৰ লগতে কেইবাজনো বিশিষ্ঠ অতিথি অংশ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*