অসম

ওৰাঙত প্ৰায় ৪০ কেজি ওজনৰ ‘কাছ’ উদ্ধাৰ

ওৰাঙৰ পৰা গোপাল নাথ, প্ৰথম খবৰ: আজি আবেলি প্ৰায় পাঁচ মান বজাত ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলৰ এখন ধাননি পথাৰৰ পৰা বৃহৎ আকাৰৰ প্ৰায় ৪০ কেজি ওজনৰ “কাছ” এটা ওৰাং থানাৰ উপ:ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। পিছত বন বিভাগৰ লগত যোগাযোগ কৰি আৰক্ষীয়ে ‘কাছ’ টো বন বিভাগৰ লোকক ছমজাই দিয়ে। ‘কাছ”টো ধাননি পথাৰৰ নিলগতে থকা বৃহৎ আকাৰৰ পুখুৰীৰ পৰা ওলাই আহিছে বুলি সন্দেহ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close