অসম

কলগাছিয়াত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, কলগাছিয়া: কলগাছিয়াত কৃষক সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ পথত টায়াৰ জ্বলাই কলগাছিয়া-সৰভোগ পথ অৱৰোধ কৰে। ফলত ৰাজপথত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত এই দৰে প্ৰতিবাদ কৰে সমৰ্থক সকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close