অসমশীৰ্ষ

কুহিয়াৰৰে পৰিৱেশ প্ৰদূষন মুক্ত এক দুৰ্গাপ্ৰতিমা গঢ়ি তুলিছে ধুবুৰীৰ এজন শিল্পীয়ে

প্ৰথম খবৰ, ধুবুৰী: শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন সম্প্ৰতি ৰাজ্যৰ প্ৰান্তে প্রান্তে চলিছে দুৰ্গা দেৱীক আদৰাৰ প্ৰস্তুতি ৷ ধুবুৰী জিলাৰ খনিকৰসকলে দুৰ্গোৎসৱৰ প্ৰতিমা সজাৰ কামত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকল।

তাৰে মাজত প্ৰদিপ ঘোশ নামৰ শিল্পী এজনে কুহিয়াৰৰে পৰিৱেশ প্ৰদূষন মুক্ত এক দুৰ্গাপ্ৰতিমা গঢ়ি তুলিছে ।

উল্লেখনীয় যে এই শিল্পী গৰাকীয়ে ইয়াৰ আগত শাক পাচলি, পানীৰ বটল, চাইকেলৰ টায়াৰ আদিৰে দুৰ্গাপ্ৰতিমা গঢ়ি তুলিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close