অসম

কৃষক নেতা অখিল গগৈক মুক্তি নিদিলে হাতত অস্ত্ৰ লোৱাৰ ভাবুকি 

প্ৰথম খবৰ, সৰ্থেবাৰী: কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি সৰ্থেবাৰীত উলিওৱা হয় জোঁৰ সমদল। সৰুক্ষেত্ৰী আঞ্চলিক কৃষক মুক্তিৰ উদ্যোগত সৰ্থেবাৰী নগৰৰ মাজ মজিয়াত উলিওৱা হয় জোঁৰ সমদল। “মৌলবাদী আৰ এচ এচক নিষিদ্ধ ঘোষণা কৰক” , ” বিজেপি চৰকাৰ হুঁচিয়াৰ”, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক” আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অখিল গগৈক মুক্তি নিদিলে হাতত অস্ত্ৰ তুলি লোৱাৰ ভাবুকি দিয়ে কৃষক নেতা দণ্ডিনাথ বৰ্মনে।

Related Articles

Leave a Reply

Close