অসম

খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভা নিৰ্বাচন

প্ৰথম খবৰ, খুমটাই: ষাঠিটা দশক গৰকা খুমটাই অঞ্চলৰ পুৰণি শিক্ষানুষ্ঠান খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০১৭-১৮ বৰ্ষৰ ছাত্ৰ একতা সভা নিৰ্বাচন আজি অনুষ্ঠিত হৈ যায়। গণতান্ত্ৰিক পদ্ধতিৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত সাধাৰণ সম্পাদক পদত চন্দনজ্যোতি গগৈ, সহ:সম্পাদক পদত পাৰ্থপ্ৰতিম গগৈ, ক্ৰীড়া সম্পাদক পদত ৰিকু লাহন, সাংস্কৃতিক সম্পাদক পদত বৰষা গগৈ, আলোচনী আৰু সাহিত্য সম্পাদক পদত ৰাজীমন গগৈ আৰু সমাজ সেৱা পদত বিতুপন গগৈয়ে জয় লাভ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close