অসম

গোৰেশ্বৰত পৃথক বড়োলেণ্ডৰ দাবীত এবছুকে ধৰি তিনি সংগঠনৰ বন্ধৰ প্ৰভাৱ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: পৃথক বড়োলেণ্ডৰ দাবীত এবছুকে ধৰি তিনি সংগঠনে দিয়া অসম বন্ধৰ ফলত বিটিএডিৰ বিভিন্ন অঞ্চলকে ধৰি বাক্সা জিলাৰ গোৰেশ্বৰ মহৰিপাৰাত সাধাৰণ জনজীৱন ব্যাহত হৈ পৰিছে। নিখিল বড়ো ছাত্ৰ সন্থা, People’s Join Action Committee for Bodoland Movement আৰু NDFB (P) ৰ আহ্বানত দিয়া ১২ ঘণ্টীয়া বন্ধৰ সময়চোৱাত মহৰিপাৰাত এবছুৰ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। মূলত পৃথক বড়োলেণ্ড গঠন, প্ৰস্থাবিত বৃহত্বৰ বড়োলেণ্ডৰ দাবীত এই বন্ধ আহ্বান কৰে সংগঠনকেইটাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close