অসম

চিলাপথাৰত বহুভাষিক কবিতা অনুষ্ঠান

প্ৰথম খবৰ, চিচিবৰগাঁও: ধেমাজি জিলাৰ চিলাপথাৰৰ বিভিন্ন প্ৰান্তত দেৱী দুৰ্গাৰ আৰাধনা অব্যাহত থকাৰ সময়তে পূজাৰ সমান্তৰালভাৱে সাৰ্ব্বজনীন জয় দূৰ্গা পূজা কমিটি, চোছাইটিৰ তত্ত্বাৱধানত ও ১৮ তম সাৰ্ব্বজনীন শাৰদীয় দূৰ্গোৎসৱ ও বড়া দসৈ সমাৰোহৰ পবিত্ৰ বাকৰিত আজি বহুভাষিক কবিতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জনৰ কবিতাৰ লগতে গীত, নৃত্য আদিৰে পৰিবেশ জীপাল কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close