অসম

চিলাপথাৰ কণিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ শাখা ছাত্ৰ সন্থা গঠন

প্ৰথম খবৰ, চিচিবৰগাঁওঃ চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত চিলাপথাৰ কণিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ শাখা ছাত্ৰ সন্থা আজি মহাবিদ্যালয়ৰ সভাগৃহত গঠন কৰা হয়। সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰে লক্ষ্যজিৎ গগৈয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাপলু গগৈয়ে।

সভাত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱেন ডেকা আৰু সাধাৰণ সম্পাদক অৰবিন্দ গগৈৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। শ্ৰীমতী পৰিস্মিতা বুঢ়াগোঁহাইক সভানেত্ৰী আৰু ইন্দ্ৰ বড়োক সাধাৰণ সম্পাদক হিচাবে লৈ ৬১জনীয়া শাখা সমিতিখন গঠন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close