অসম

ছাগলীয়াত নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰথম খবৰ, গোলকগঞ্জ: ধুবুৰী জিলাৰ ছাগলীয়াত ধৰ্ষণৰ অভিযোগত যুৱক গ্ৰেপ্তাৰ। ধৃত যুৱকজনৰ নাম আজিনুৰ ৰহমান। ঘৰ ছাগলীয়া পঞ্চম খণ্ড। এগৰাকী দহ বছৰীয়া নাবালিকাক ধৰ্ষণ। ছাগলীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট যুৱকজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close