অসম

ছয়গাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কামৰূপ জিলাৰ ছয়গাঁও উকিয়াম সংযোগি পথত এজন যুবকৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হয়। পিন্ধনত চাৰ্ট আৰু হাফপেণ্ট পৰিহিত যুৱকজনৰ বয়স প্ৰায় ২৪ বছৰ হ’ব বুলি সন্দেহ কৰা হৈছে। বৰ্তমানলৈ যুৱকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। মৃতদেহ উদ্ধাৰৰ স্থানৰ পৰা কিছু দূৰৈৰ দোকান এখনৰ বাৰান্দাত তেজৰ চেকুৰা পৰিলক্ষিত  হয়। স্থানীয় লোকে যুৱক জনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close