অসমশীৰ্ষ

জুবিন গাৰ্গলৈ ” Man of the Year – 2017″ বঁটা

প্ৰথম খবৰ, বৰপেটাৰোড: জুবিন গাৰ্গক লৈ বিভিন্ন আলোচনা-সমালোচনা চলি থকাৰ সময়তে এইবাৰ আহিছে আন এক সুখৰ বতৰা। অসমৰ বড়ো ভাষাৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচাৰিত বাতৰি কাকত ” Sanseyari Bodoland Engkhong ” আৰু Engkhong Publication তথা Engkhong Welfare Society য়ে এই জুবিনলৈ ” Man of the Year – 2017″ বঁটা আগবঢ়াইছে।

এই বঁটাত আছে নগদ ২৫ হেজাৰ টকা আৰু এখনি প্ৰসস্তি পত্ৰ। উল্লেখ্য যে, এই বঁটা বিগত ১৪ বছৰে সমাজৰ বিভিন্ন ক্ষেত্রত আগবঢ়োৱা উল্লেখনীয় সেৱাৰ বাবে প্ৰদান কৰি আহিছে। এইকথা আজি বৰপেটাৰোড প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সভাত ঘোষণা কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close