অসম

টংলাত পথ অৱৰোধ

টংলাৰ পৰা নাৰায়ণ ডেকা, প্ৰথম খবৰ: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৪১খন মহাবিদ্যালয়ৰ স্নাতক গুৰু বিষয়ত অসমীয়া মাধ্যমৰ বিলুপ্তি ঘটাই ইংৰাজী মাধ্যম বাধ্যতামূলক কৰাৰ প্ৰতিবাদত আৰু বিটিচিত দীনদয়াল মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰা আৰু টংলাৰ আৰ চি চহৰীয়া শিক্ষক প্ৰশিক্ষন মহাবিদ্যালয়ৰ নামভৰ্তিত যোগ্য ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰাৰ প্ৰতিবাদত আজি দুপৰীয়া টংলা আঞ্চলিক ছাত্ৰ সন্থাই টংলা চাৰিআলিত মঙলদৈ-ভূটিয়াচাং পথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

Related Articles

Leave a Reply

Close