অসম

ডিগবৈত আহোম সেনা কেন্দ্ৰীয় অধিৱেশন আৰু প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰথম খবৰ , ডিগবৈ: তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডিগবৈ আঞ্চলিক সমিতিৰ সহযোগত ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত ১ আৰু ২ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অাহোম সেনা পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন অনুষ্ঠিত হয়।

প্ৰথম দিনা প্ৰতিনিধি সভা আৰু দ্বিতীয় দিনা বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান, মুকলি সভা অনুষ্ঠিত হয়। এই অধিবেশন আৰু প্ৰতিষ্ঠা দিৱসত “আপোচ হীনতাৰ বাৰে আমি ললো পণ/ অধিকাৰৰ বাবেই আমাৰ এই ৰণ” বুলি এক সংকল্প লয় আহোম সেনাই।

Related Articles

Leave a Reply

Close