অসম

ডিমৌত ভয়ংকৰ নাও দুৰ্ঘটনাত নদীত পৰিল ছাত্ৰ-ছাত্ৰী

প্ৰথম খবৰ, ডিমৌ: ডিমৌৰ দেউৰীটিং পাৰ ঘাটত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা। নাওখনত অহা স্কুল-কলেজৰ পাঁচগৰাকীকৈ ছাত্ৰী দুৰ্ঘটনাটোৰ ফলত নদীৰ পানীত ডুব যায় যদিও স্থানীয় কেইজনমান প্ৰত্যক্ষদৰ্শীয়ে ছাত্ৰীকেইগৰাকীক কোনোমতে উদ্ধাৰ কৰে। কিন্তু বাতৰি যুগুতোৱা পৰলৈকে সন্ধান নাই ছাত্ৰীসকলে লগত লৈ অহা চাইকেলসমূহৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close