অসম

ঢকুৱাখনাত বান সাহায্যৰ ধন আত্মসাৎ কৰা ৩ জনক জে’ললৈ প্ৰেৰণ

ঢকুৱাখনা পৰা পাপু বৰুৱা, প্ৰথম খবৰ: ভুৱা তথ্যৰে বান সাহায্যৰ ধন আত্মসাৎ কৰা ঘাৰমৰাৰ গাঁওবুঢ়া যদুমণি বৰা, বাটমাৰী পঞ্চায়তৰ সভাপতি শোভন গগৈ আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ মাছখোৱা শাখাৰ গ্ৰাহক সেৱাৰ কেন্দ্ৰীয় পৰিচালক মণ্টু শইকীয়াক জে’ললৈ প্ৰেৰণ। ৰাজহুৱা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি তিনিওজনকে জেললৈ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close