অসম

তেজপুৰত কৃষ্ণ জন্মাষ্টমী পালন

তেজপুৰৰ পৰা  অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰৰ ঐতিহাসিক মিলনবাকৰি ৰাস মন্দিৰত আজি কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়। ১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা মিলনবাকৰি ৰাস মন্দিৰত পৰম্পৰাগতভাৱে কৃষ্ণ জন্মাষ্টমী আজিও নাম কীৰ্ত্তণ কৰি ৰাইজে পালন কৰে।

Related Articles

Leave a Reply

Close