অসম

তেজপুৰত বেংক ডকাইটি

তেজপুৰৰ পৰা অপূৰ্ব বৰা, প্ৰথম খবৰ: দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত চাঞ্চল্যকৰ বেংক ডকাইটি। নিশা ডকাইতৰ দলে প্ৰৱেশ কৰি লুটি নিয়ে বেংক। ঘটনা সংঘটিত হৈছে তেজপুৰৰ খেলমাটিত। খেলমাটিৰ এচ বি আই কৃষি উন্নয়ন শাখাত সংঘটিত হয় এই বেংক ডকাইটিৰ ঘটনা। আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Articles

Leave a Reply

Close