অসম

তেজপুৰৰ উদিয়মান যুৱক অলক কটকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰ মিলনপুৰৰ উদিয়মান যুৱ সমাজ কৰ্মী অলক কটকীৰ ২০১৩ চনৰ ১২ ছেপ্তেম্বৰত এক শোকাৱহ পথদুৰ্ঘটনা পতিত হৈ মৃত্যু হৈছিল। যুৱক অলক কটকী শ্ৰদ্ধঞ্জলি অনুষ্ঠান মিলনপুৰ পদ্মনাথ গোঁহাই বৰুৱা আৰু ভুপেন হাজৰিকা ৰংগ মঞ্চত অনুষ্ঠিত হয়। শোণিতপুৰ জিলা সাহিত্য সভা কোষাধ্যক্ষ অপুৰ্ব বৰাই মুকলি কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী কুশল হাজৰিকা, তপন শৰ্মা, প্ৰণৱ শইকীয়া আদিয়ে একো গছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close