অসম

ধেমাজিত প্ৰতিবাদী জোঁৰ সমদল

প্ৰথম খবৰ, ধেমাজি: অসম চুক্তি, বিশেষ টাস্ক ফৰ্চ, সাংবিধানিক ৰক্ষাকবচ, ভাৰত বাংলা সীমান্ত ছীল, ভূমি সম্পদৰ প্ৰসংগত আজি সমগ্ৰ অসমৰ লগতে ধেমাজি সদৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই কিছু সময়ৰ পিছতে ‘প্ৰতিবাদী জোঁৰ সমদল’ কাৰ্যসূচী ৰূপায়ণ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close