অসম

নগাঁৱত মিছন ছাইনাত দৰ্শকৰ ভিৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: বহু প্ৰত্যাশিত আৰু বহু চৰ্চিত যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ “মিছন ছাইনা” চাবৰ বাবে আজি নগাঁৱৰ চিনেমা গৃহত দৰ্শকৰ ভিৰ পৰিলক্ষিত হয়। নগাঁও চহৰৰ কৃষ্ণা আৰু অদিতি চিনেমা হলত আজি মিছন চাইনা প্ৰদৰ্শিত হয়। দুয়োটা হলতে দৰ্শকৰ সহাৰি আছিল আশাপ্ৰদ। অনাগত দিন কেইটাতো দৰ্শকৰ ভিৰ একেই থাকিব বুলি চিনেমা হল কৰ্তৃপক্ষই প্ৰথম খবৰৰ সাংবাদিকক জানিবলৈ দিয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close