অসমবিনোদনশীৰ্ষ

নতুন ছবি ‘তুমি আহিবানে’, অব্যাহত ব্যাপক প্ৰচাৰ অভিযান

নিউজ ডেস্ক,প্ৰথম খবৰ: শাৰদীয় সময়ত ছবিগৃহলৈ আহি আছে আকৌ এখন নতুন অসমীয়া ছবি| পাঠশালাত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলালে বৰষাৰাণী বিষয়া আৰু ছবিখনৰ গোটেই টীম|
‘তুমি আহিবানে’ৰ প্ৰচাৰৰ বাবে শনিবাৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত উপস্থিত হয় বৰষাৰাণী বিষয়া,গুঞ্জন ভাৰদ্বাজ,ছবিখনৰ পৰিচালক প্ৰেৰনা বৰবৰুৱা,কণ্ঠশিল্পী তৰালী শৰ্মা|
ছবিগৃহলৈ অতিশীঘ্ৰে আহিবলগীয়া ছবিখনৰ ব্যাপক প্ৰচাৰ গোটেই অসমতে অব্যাহত ৰাখিছে ‘তুমি আহিবানে’ৰ পৰিয়ালটোৱে|

Related Articles

Leave a Reply

Close