অসম

নলবাৰীত আছুৰ অসম চুক্তি ৰূপায়ণৰ দাবীত বিশাল সমদল

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি সন্ধিয়া নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসম চুক্তি ৰূপায়ণ, বিশেষ ট্ৰাস্ক ফৰ্চ গঠন, সাংবিধানিক ৰক্ষা কবচ প্ৰদান, সীমান্ত শীল কৰা আৰু ১৯১৭ চনৰ পিছত হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদত নলবাৰী চহৰত এক বিশাল যোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়।

জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা সমদলত বক্তব্য ৰাখে আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন আৰু কেইবাজনো ছাত্ৰ নেতা তথা বিশিষ্ট ব্যক্তিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close