অসম

নলবাৰীৰ ক্ষুদ্ৰ ডিংডিঙিবাসীক সংগীতৰ মায়াজালেৰে মুহিলে সৌৰভ শংকৰে

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: অসমৰ সংগীত জগতত নতুনকৈ খোজ পেলাই ইতিমধ্যে লিংলাঙ -লিংলাঙ গীতেৰে জনপ্ৰিয়তা লাভ কৰিবলে সক্ষম হোৱা উদিয়মান কন্ঠশিল্পী সৌৰভ শংকৰে যোৱা নিশা নলবাৰীৰ দক্ষিণ প্ৰান্তৰ ক্ষুদ্ৰ ডিংডিঙিৰ এক অনুষ্ঠানত ৰাইজক মুগ্ধ কৰে। ক্ষুদ্ৰ ডিংডিঙিত যুৱক গোষ্ঠীৰ সৌজন্যত ইদ মেহফিল উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণ হিচাপে সৌৰভ শংকৰ আৰু মিছ জুৰিমাই সংগীত পৰিৱেশন কৰে।

উল্লেখ্য যে লিংলাঙ লিংলাঙ, ঔজুনু, ছিটিকি ছিটিকি, দুচকুৰে আতঁৰ হৈ লগতে জুবিন গাৰ্গৰ ‘মিচন ছাইনাৰ ‘ দিন জ্বলে -ৰাতি জ্বলে, গীতেৰে ৰাইজক মুহিত কৰে ।

Related Articles

Leave a Reply

Close