অসমশীৰ্ষ

নাজিৰাত জোৱায়েকৰ হাতত যৌন নিৰ্যাতনৰ বলি হ’ল শাহুৱেক

প্ৰথম খবৰ, নিউজ ব্যুৰ’: বিশ্বকৰ্মা পূজাদিনাই নাজিৰা বামুণপুখুৰী চাহ বাগিছাত চাঞ্চল্যকৰ ঘটনা। জোৱায়েকৰ হাতত যৌন নিৰ্যাতনৰ বলি হ’ল শাহুৱেক। জোৱায়েক গেজু তাঁতীক উত্তম মধ্যম দি স্থানীয় ৰাইজে গতালে নাজিৰা আৰক্ষীক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close