অসমশীৰ্ষ

নিশা এজন সাধাৰণ যাত্ৰীৰ দৰে মুখ্যমন্ত্ৰীৰ ৰে’ল যাত্ৰা

প্ৰথম খবৰ, লামডিং: নিশা 15603up উজনি মুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰে উজনি লৈ যাত্ৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। নিশা লামডিং ষ্টেচনত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা। লামডিং ৰে’ল ট্ৰেইনত উপস্থিত আছিল হোজাই জিলাৰ আৰক্ষী অধীক্ষক আৰু বহু ব্যক্তি।  নিশা ট্ৰেইনত মুখ্যমন্ত্ৰীৰ ৰে’ল যাত্ৰাৰ বাবে লামডিং ৰে’ল ষ্টেচনত কটকটীয়া নিৰাপত্তা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close