অসমশীৰ্ষ

নিশা নলবাৰীৰ আৰিকুছিত উখল মাখল

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নিশাও চলি আছে জুবিন গাৰ্গৰ ‘মিচন ছাইনা ‘ৰ প্ৰচাৰ নলবাৰীৰ আৰিকুছিত। জুবিন গাৰ্গৰ শিষ্য মৃদুল নামৰ এগৰাকী উদিয়মান যুৱকৰ উদ্যোগত।

এক গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে আজি নিশা অৰ্থাৎ বৰ্তমানলৈও নলবাৰীৰ আৰাকুছিত চলি আছে ‘মিচন ছাইনা’ৰ প্ৰচাৰ। কেইবাশতাধিক যুৱক-যুৱতী এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছে।

উল্লেখযোগ্য যে, অসমীয়া বোলছবিৰ এক সুদিন অহা পৰিলক্ষিত হৈছে। সংগীতৰ তালে তালে এচামে গাইছে দৌৰি দৌৰি যাম মিচন ছাইনা চাম।

Related Articles

Leave a Reply

Close