অসম

পুনৰ মৃতদেহ উদ্ধাৰ মৰাণত

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ :মৰাণৰ খাতকাটি খেলমাটিত সায়াম লাল পাহাৰীয়া নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৰাণ আৰক্ষীয়ে জনোৱামতে, বিগত ২৪ ঘন্টাত মুঠ ৩ টা মৃতদেহ উদ্ধাৰ হয় মৰাণত। মৃত লোকজনৰ বয়স ৫০ বছৰ। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও হত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close