অসম

পেট্ৰোল ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদ তিতাবৰত

তিতাবৰৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: এইবাৰ তিতাবৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ। যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল তিতাবৰ। পেট্ৰোল ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে সংগঠনটোৱে। দাহ কৰিছে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি। শীঘ্ৰে পেট্ৰোল ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাবী জনালে যুৱ কংগ্ৰেছে।

Related Articles

Leave a Reply

Close