অসম

পোন প্ৰথমবাৰ অনুষ্ঠিত হ’ব বৰপেটাত শিশু চলচিত্ৰ মহোৎসৱ

নিউজ ডেস্ক, প্ৰথম খবৰ: অহা ১৩, ১৪ আৰু১৫ অক্টোবৰত বৰপেটা জিলা পুঠিভড়ালত অনুষ্ঠিত হ’ব এই শিশু চলচিত্ৰ মহোৎসৱখন।
দেশ বিদেশৰ ৫০ খনতকৈ অধিক ছবি প্ৰদৰ্শিত হ’ব এই অনুষ্ঠানত।
এই অনুষ্ঠানৰ আঁত ধৰিছে জিলা প্ৰশাসন আৰু আইদেউ টকিজে সহযোগ কৰিছে।

Related Articles

Leave a Reply

Close