অসম

প্ৰেৰণাৰ প্ৰশংসনীয় পদক্ষেপ

সাপটগ্ৰামৰ পৰা ছত্ৰপতি গোস্বামী, প্ৰথম খবৰ: সাপটগ্ৰাম নগৰৰ মাজ মজিয়াত অৱস্থিত বে-চৰকাৰী বাছ আস্থানত সাপটগ্ৰামত নব গঠিত প্ৰেৰণা নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে এজোপা আহত গছৰ পুলি ৰোপন কৰে। সংস্থাটোৰ সম্পাদক সাংবাদিক ছত্ৰপতি গোস্বামীৰ প্ৰচেষ্টাত আজি দিনৰ ১১ বজাত গছপুলি ৰোপন কৰা হয়। এই অনুষ্ঠানত সংস্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

Related Articles

Leave a Reply

Close