অসম

বকোত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, বকো: বকোৰ আলোকজাৰী বকো নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ। মহিলা গৰাকীৰ নাম প্ৰনিতা ৰাভা। সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী। আজি ৰহস্যজনকভাৱে উদ্ধাৰ হয় বকো নৈত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close