অসম

বকোত যুৱকৰ সলিল সমাধি

প্ৰথম খবৰ, বকো: বকোৰ তিনিঘৰীয়াত গুৱাহাটীৰ যুৱকৰ সলিল সমাধি । শহুৰৰ ঘৰত আলহী খাবলৈ আহি মৃত্যুক আকোঁৱালি ল’লে বৰুণ কোঁৱৰ নামৰ যুৱকজনে । পশ্চিম বৰা গাঁৱৰ কৃষ্ণপুৰীৰ বাসিন্দা আছিল যুৱকজন  স্থানীয় ৰাইজে উদ্ধাৰ কৰি বকো আৰক্ষীক খবৰ দিয়ে ।

Related Articles

Leave a Reply

Close