অসম

বঙাইগাঁৱত ভূৱা এন ডি এফ বিৰ সদস্য আটক

বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, প্ৰথম খবৰ: বঙাইগাঁৱত ভূৱা এন ডি এফ বিৰ সদস্য এজনক গ্ৰেপ্তাৰ৷ প্ৰদীপ দৈমাৰী নামৰ ভূৱা এন ডি এফ বি সদস্য জনে চহৰৰ বিভিন্ন ব্যৱসায়ী, ডাক্টৰ, ঠিকাদাৰৰ পৰা ধন দাবী কৰি আছিল৷

সদস্যজনৰ নাম ৰাজু ৰয় (৩৫)। ৰাজুৰ ঘৰ চহৰৰ ভাকাৰীভিটাৰ চৌধুৰীপাৰাত৷ বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই আজি গ্ৰেপ্তাৰ কৰে ভূৱা NDFB ৰ সদস্য জনক৷

Related Articles

Leave a Reply

Close