অসমশীৰ্ষ

বিহালীত বজ্ৰপাতত এজনৰ মৃত্যু

প্ৰথম খবৰ, বৰগাং: আজি নিশা প্ৰায় ৮•৩০ বজাত বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ বিহপুখুৰীৰ ১৩নং লাইনত বজ্ৰপাতত এজন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, লোকজনৰ নাম বুকু টংলা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close