অসমশীৰ্ষ

বিৰুবালা ৰাভাৰ জেনেভা যাত্ৰা বাতিল

নিউজ ডেস্ক,প্ৰথম খবৰ: ভিচা নোহোৱাৰ বাবে বাতিল হ’ল বিৰুবালা ৰাভাৰ জেনেভা যাত্ৰা। ১৯ ছেপ্তেম্বৰত জেনেভাৰ ৰাষ্ট্ৰসংঘলৈ যোৱাৰ কথা আছিল বিৰুবালা ৰাভাৰ। কাইলৈ জেনেভাৰ ৰাষ্ট্ৰসংঘত ডাইনী হত্যা সন্দেহৰ সম্পৰ্কত ভাষণ দিয়াৰ কথা আছিল। বিভিন্ন কাৰণৰ বাবে বাতিল কৰিব লগা হ’ল বিৰুবালা ৰাভাৰ ভিচা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close