অসম

বেছিমাৰী জাতীয় বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন

প্ৰথম খবৰ দলগাঁওঁ: আজি ৫ ছেপ্টেম্বৰ। আজিৰ দিনটো সমগ্র ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়।শিক্ষক দিৱসৰ লগত সংগতি ৰাখি দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত বেছিমাৰীত ব্যক্তিগত খণ্ডৰ বেছিমাৰী জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰে। বিদ্যালয়ৰ অধ্যক্ষ আশ্বাদ উদ্দিন আহমেদে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শিক্ষক দিৱসৰ ওপৰত ভাষণ আগবঢ়ায়।

Related Articles

Leave a Reply

Close