অসমশীৰ্ষ

বোকাখাতত নৃশংস হত্যাকাণ্ড

প্ৰথম খবৰ, বোকাখাত: বোকাখাতত নৃশংস ঘটনা। কাজিয়াৰ পৰিণতিত মৃত্যু শিৱজী শ্বাহ (৬৫)। পেশাত চানা বিক্ৰী কৰা শ্বাহক হত্যা কৰে উজ্জ্বল ঠাকুৰীয়াই। কালি নিশা উদয় নগৰত সংঘটিত কাজিয়াত গুৰুতৰভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা শ্বাহৰ আজি পুৱা মৃত্যু হয়। হত্যাকাৰী উজ্জ্বলক গ্ৰেপ্তাৰ কৰিছে বোকাখাত আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close