Home / অসম / বোকাজানত অস্ত্ৰ সৰবৰাহকাৰী আটক

বোকাজানত অস্ত্ৰ সৰবৰাহকাৰী আটক

প্ৰথম খবৰ, বোকাজান: বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত খটখতি আৰক্ষীৰ অভিযান। অভিযানত এটা .২২ পিষ্টলসহ আটক কৰা হয় এজন অস্ত্ৰ সৰবৰাহকাৰী। খটখতি আৰক্ষী থানাৰ অন্তৰ্গত বাঁহবাৰীৰ পৰা আটক হোৱা চাহিদ হুছেইন দীৰ্ঘদিন ধৰি অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*