অসম

বৰহাটত বিশুদ্ধ খোৱা পানীৰ বটলত শেলুৱৈ

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ কলাকটাত অৱস্থিত গ্ৰীন লাইফ নামৰ বিশুদ্ধ পানী উৎপাদন কৰা প্ৰতিষ্ঠান এটাৰ পৰা যোগান ধৰা এটা পানী বটলত টিট্লাগৰ এখন দোকানত বিজানু যুক্ত শেলুৱৈ ৰে পৰিপূৰ্ণ বটল উদ্ধাৰ হয়। বিশুদ্ধ পানী যোগান ধৰা নামত শেলুৱৈ যুক্ত পানী যোগান ধৰাত সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close