অসমশীৰ্ষ

মঙলদৈৰ পুনীয়াত বাইক দুৰ্ঘটনা

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: দৰং জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক দুৰ্ঘটনা হয়। দুজন যুৱক বাইকত আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ এগৰাকী থিতাতে নিহত হয়। আন এগৰাকী গুৰুতৰভাৱে আঘাত পায়। আঘাতপ্ৰাপ্ত যুৱকক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰে। যুৱক দুজনৰ ঘৰ দুনীত বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close