অসম

মহানগৰীত পুনৰ অগ্নিকাণ্ড

নিউজ ডেস্ক,প্ৰথম খবৰ: মহানগৰীৰ জু-ৰোডত সংঘটিত হৈছে অগ্নিকাণ্ড। হঠাৎ জ্বলি উঠিল বি এচ এন এল টাৱাৰ। ঊষা কৰ্টৰ সমীপত সংঘটিত হৈছে এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ। জুই নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলিত উপস্থিত হয় অগ্ননিৰ্বাপকবাহিনী।

Related Articles

Leave a Reply

Close