অসম

মৰাণত অঘটন

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: মৰাণত বিজয়া দশমী দিনাই অঘটন। পতি-পত্নী মৃতদেহ উদ্ধাৰ এটা পুখুৰীত। মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ডোমৰ দলং চাহবাগিছাৰ বৰুৱা হোলাৰ নিবাসী জমবু কৰুৱা (৩৮)আৰু ৰূপা কৰুৱা(৩০) বুলি চিনাক্ত মৃতদেহ দুটা। আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰৰণ কৰিছে।

 

Related Articles

Leave a Reply

Close