অসম

মৰাণত গাড়ী চোৰৰ সন্দেহত এজনক আটক

মৰাণৰ পৰা ৰাজু মিশ্ৰা, প্ৰথম খবৰ : মৰাণত সংঘটিত হয় গাড়ী চুৰৰ ঘটনা। এখন As06 S 0379 নম্বৰৰ চিলেৰিঅ’ কাৰ খোৱাং চাৰিআলিৰ পৰা সন্ধিয়া ৬.৩০ মান বজাত চুৰ হয়। গাড়ীখনৰ স্বত্বাধিকাৰী মাধুৰ্য্য গগৈ।

উল্লেখযোগ্য যে মৰাণ আৰক্ষীয়ে সন্ধিয়া ৭.৩০ মান বজাত গাড়ীখন মৰাণৰ তিলৈ নগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত জিতু দুৱৰা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

Related Articles

Leave a Reply

Close