অসম

মৰাণত দুখীয়া মহিলাসকলক ৰন্ধন গেছ বিতৰণ

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: ভাৰত চৰকাৰে দুখীয়া মহিলাসকলক প্ৰদান কৰা ৰন্ধন গেছৰ সংযোগ মৰাণহাটত ভাৰত গেছ এজেন্সিৰ দ্বাৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close