অসম

লক্ষীপুৰত ৰাইজৰ প্ৰহাৰত নিহত বাইক চোৰ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: লক্ষীপুৰ আৰক্ষী থানাৰ অধীনস্থ ৰংছাইৰ পৰা আজি আবেলি চোৰ কৰিছিল AS 18 A 9713 নম্বৰৰ এচিভাৰখন। মেঘালয়ৰ টিক্ৰিকিল্লালৈ নি থকা অৱস্থাত স্থানীয় ৰাইজে আমবাৰীত হাতে লোতে ধৰে চোৰজনক। ৰাইজৰ ৰোখত পৰাত চোৰগৰাকীৰ ঘটনাস্থলীত মৃত্যু হয়। এতিয়ালৈকে চিনাক্ত কৰণ হোৱা নাই চোৰ গৰাকী।

Related Articles

Leave a Reply

Close